अर्थ : যি পুষ্টি প্রদান কৰে
उदाहरणे :
শ্রমিকসকেল সাধাৰণতে পুষ্টিকৰ আহাৰ খাবলৈ নাপায় শিশুৰ বাবে পুষ্টিকৰ খাদ্য বৰ প্রয়োজন
समानार्थी : পুষ্টিকাৰক, পুষ্টিকৰ, পুষ্টিদায়ক, বলকাৰক, বলবর্দ্ধক, শক্তি্বর্দ্ধক, স্বাস্থ্যবর্দ্ধক, ্ বলদায়ক