पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील পুনৰাবৃত্তি शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

পুনৰাবৃত্তি   বিশেষ্য

अर्थ : কোনো পদৰ প্ৰথম অংশৰ পৰা কিছুমান বাক্য তাৰ পিছৰ ভাগত অৰ্থ স্পষ্ট কৰিবৰ কাৰণে অনা কাৰ্য

उदाहरणे : এই কবিতাটোত ভালেমান ঠাইত পুনৰাবৃত্তি হৈছে

अर्थ : বাৰে-বাৰে কৰা কোনো কামৰ অভ্যাস

उदाहरणे : এই বাক্যত ৰাম শ্্ব্দৰ পুনৰাবৃত্তি তিনিবাৰ হৈছে

समानार्थी : আবৃত্তি

अर्थ : কোনো স্থানত কোনো নিয়ম বাৰে-বাৰে লগোৱা কার্য

उदाहरणे : ইয়াৰ পুনৰাবৃত্তি আৱশ্যক নহয়

अर्थ : কাৰোবাক কোৱা কোনো কথা পুনৰ দোহৰা কাৰ্য

उदाहरणे : মাকৰ মুখৰ পৰা শিশুৰ পুনৰাবৃত্তি শুনি তেওঁ হাঁহি দিলে

समानार्थी : পুনৰকথন

चौपाल