अर्थ : লʼৰা-ছোৱালীয়ে খেলিবৰ কাৰণে সাজি লোৱা কাপোৰ, কাগজ আদিৰ বস্তু
उदाहरणे :
দেউতাই পৱনৰ কাৰণে এটা পুতলা কিনিলে
समानार्थी : খেলনা
अर्थ : কাঠ, খেৰ, কাপোৰ আদিৰে বনোৱা মানুহ আকৃতিৰ বস্তু বিশেষ
उदाहरणे :
দছেৰাৰ দিনা ৰাৱণৰ পুত্তলিকা দাহ কৰা হয়
समानार्थी : পুত্তলিকা