सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো টান বস্তুক হাত বা কোনো সঁজুলিৰ সহায়ত জোৰেৰে এনেদৰে হেঁ্চা প্রয়োগ কৰা যাৰ ফলত সি সৰু সৰু টুকুৰাত খণ্ড-বিখণ্ড হৈ পৰে
उदाहरणे : আলু-পৰঠা বনাবৰ কাৰণে ললিতাই সিজোৱা আলুবোৰ পিটিকি আছে
समानार्थी : গুৰি কৰা
अर्थ : হাতেৰে দবোৱা
उदाहरणे : মাকে শিশুটোক পিটিকা খাদ্য খোৱাইছে
समानार्थी : মলা
स्थापित करा