सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো বস্তু আদিৰ পিছৰ অংশ
उदाहरणे : সন্ত্রাসবাদী ঘৰটোৰ পিছফালে লুকাই আছিল
समानार्थी : পশ্চভাগ, পিছফাল
अर्थ : উল্লেখ কৰা বা নির্দিষ্ট হৈ থকা কোনো সময় পাৰ হৈ যোৱা সময়ছোৱা:এই কামটো কৰাৰ পিছতহে মই ঘৰলৈ যাম
उदाहरणे :
समानार्थी : অৱশেষত, পৰবর্তী, পৰিশেষত, শেষকালত, শেষত
अर्थ : সময়, দূৰত্ব আদিত পিছৰ ফালে
उदाहरणे : আমি বিকাশৰ ক্ষেত্রত আমেৰিকাতকৈ ভালেখিনি পিছত আছো
अर्थ : কিহবাৰ সন্দর্ভত (্কার্য আদিক পৰিণতি দিয়াৰ)
उदाहरणे : এই হত্যাৰ পিছত কাৰ হাত থাকিব পাৰে
स्थापित करा