अर्थ : ঘোঁৰা গাড়ী আদিত ভৰি দিবৰ কাৰণে প্রস্তুত কৰা স্থান
उदाहरणे :
তেওঁ ্ঘোঁৰাগাড়ীত ভৰি ৰাখিবৰ কাৰণে পাৱদানীত ভৰি থʼলে
अर्थ : ভৰি থʼব পৰা আসন
उदाहरणे :
শ্যামাই আৰাম দিবৰ কাৰণে ভৰিদুখন পাওদানীত ৰাখিছে
समानार्थी : পাওদানী
अर्थ : ভৰি থোৱা কোনো বস্তু বা স্থান
उदाहरणे :
পাওদানীৰ সুবিধা হোৱাৰ কাৰণে ভৰি দুখনে আৰাম পায়
समानार्थी : পাওদানী