अर्थ : পাৰত লগোৱা
उदाहरणे :
নাবিকে তিনি ঘণ্টাত নদী পাৰ কৰিলে
अर्थ : নি্র্বাহ কৰা বা অতিবাহিত কৰা
उदाहरणे :
তেওঁ নিজৰ শৈশৱকাল বৰ দীনতাত অতিবাহিত কৰিলে
समानार्थी : অতিবাহিত কৰা, কটোৱা, নি্র্বাহ কৰা
अर्थ : কিহবাৰ আগলৈ আগবঢ়াই লৈ যোৱা
उदाहरणे :
ড্রাইভাৰে কাৰখন ট্রাকখনতকৈ আগুৱাই নিলে
समानार्थी : আগবঢ়োৱা
अर्थ : পাৰ হোৱা বা ব্যতিত হোৱা
उदाहरणे :
মাদাৰ টেৰেছাই তেওঁৰ ্গোটেই জীৱন মানৱ সেৱাত অতিবাহিত কৰিছিল
समानार्थी : অতিবাহিত কৰা, কটোৱা