पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील পাৰিতোষিক शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

পাৰিতোষিক   বিশেষ্য

अर्थ : সন্তুষ্ট হৈ কাৰোবাক কোনো বস্তু বা দ্রৱ্য দিয়া

उदाहरणे : ৰজাই নর্তকীক মনে-বিচৰা বকচিচ দিলে

समानार्थी : ইনাম, পুৰস্কাৰ, বকচিচ

अर्थ : কাৰোবাক কিবা দি নিজৰ ফলীয়া কৰা কাৰ্য

उदाहरणे : বিনা পাৰিতোষিকেৰে চৰকাৰী কাৰ্যালয়ত কোনো কাম নহয়

समानार्थी : উপঢৌকন, ভেটি

अर्थ : কর্ম্্চাৰীসকলক ্তেওঁলোকে আগবঢ়োৱা সেৱাৰ বাবদ দিয়া ভাট্টা বিশেষ

उदाहरणे : দেউতাই পাৰিতোষিকৰ ধনেৰে এটা নতুন ঘৰ কিনিলে

समानार्थी : গ্রেচুইটি, বকচিচ

चौपाल