पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील পালন কৰা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

পালন কৰা   ক্ৰিয়া

अर्थ : কাৰোবাৰ কথা, আদেশ আদিৰ অনুসৰি কাম কৰা

उदाहरणे : তেওঁ ্মোৰ আজ্ঞা পালন নকৰিলে

समानार्थी : মানি চলা

अर्थ : পশু, পক্ষী আদিক নিজৰ ওচৰত খুৱাই-বোৱাই ৰখা:কোনো কোনো লোকে চখতে কুকুৰ, মেকুৰী, ভাটৌ আদি পোহে

उदाहरणे :

समानार्थी : পালা, পোহ-পাল দিয়া, পোহা

अर्थ : চৰিতার্থ ্কৰা

उदाहरणे : তেওঁৰ ্ৰামৰ অভিনয় বৰ ভালদৰে কৰিলে

समानार्थी : কৰা

अर्थ : কোনো ব্যক্তি বা বস্তু আদিৰ ধ্যান ৰখা

उदाहरणे : মোৰ বোৱাৰীজনীয়ে এতিয়া চাকৰি বাদ দি লʼৰা-ছোৱালী তথা ঘৰখন চম্ভালে

समानार्थी : চকু-কাণ দিয়া, চম্ভালা, দায়িত্ব বহন কৰা

अर्थ : ভোজন,বস্ত্র আদি দি জীৱন ৰক্ষা কৰা

उदाहरणे : সকলোৰে মাক-দেউতাকে নিজৰ শকতি অনুযায়ী লʼৰা-ছোৱালীৰ লালন-পালন কৰে

समानार्थी : প্রতিপালন কৰা, লালন-পালন কৰা

चौपाल