अर्थ : ৰাজনীতিৰ সৈতে সম্পর্কিত বা ৰাজনৈতিক ক্রিয়া-কলাপত ভাগলোৱা ব্যক্তিৰ দল
उदाहरणे :
ভাৰতত ৰাজনৈতিক দল কাঠফুলাৰ দৰে হʼবলৈ ধৰিছে
समानार्थी : ৰাজনৈতিক দল
अर्थ : যিজন ব্যক্তিয়ে ন্যায়িক তদন্তত ভাগ লয়
उदाहरणे :
আজি আদালতত প্রথমটো পার্টী অনুপস্থিত আছিল
समानार्थी : পক্ষ
अर्थ : আনন্দ লাভ কৰিবৰ বাবে একত্রিত হোৱা মানুহৰ সমূহ
उदाहरणे :
তেওঁ ্খাই উঠি পার্টীত যোগ দিলে
समानार्थी : দল