पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील পাথৰ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

পাথৰ   বিশেষ্য

अर्थ : শিলৰ টুকুৰা

उदाहरणे : শিলাখণ্ড টানোতে দুজন লোকৰ মৃত্যু হʼল

समानार्थी : অশ্ম, উপল, পাষাণ, প্রস্তৰ, শিলগুটি, শিলাখণ্ড, শৈলখণ্ড

अर्थ : সৰু আকাৰৰ শিল

उदाहरणे : পথৰুৱা ৰাষ্টাত খালী ভৰিৰে খোজ কাঢ়িলে শিলগুটিয়ে বিন্ধে

समानार्थी : শিল, শিলগুটি

अर्थ : মুত্রাশয় আদিত পাথৰৰ সৰু-সৰু টুকুৰা জমা হোৱা এবিধ ৰোগ

उदाहरणे : শ্যামে এজন নামী চিকিৎসকৰ সৈতে পাথৰৰ চিকিৎসাৰ কৰিলে

अर्थ : ঘৰ বনোৱা সামগ্রী হিচাপে ব্যৱহাৰ হোৱা নির্দিষ্ট আকাৰৰ শিলাখণ্ড, যি বিশেষ উদ্দেশ্যৰে বনোৱা হয়

उदाहरणे : এই ঘৰটোৰ বেৰবোৰ মার্বলৰ ্ পাথৰেৰে বনোৱা

समानार्थी : প্রস্তৰ, শিল, শিলাখণ্ড

अर्थ : শিল বা অন্য কোনো বস্তুৰ সৰু টুকুৰা:আজিকালি চাউলৰ বেপাৰীয়ে চাউলত শিলগুটি মিলাই বক্রী কৰে

उदाहरणे :

समानार्थी : শিলগুটি

अर्थ : পৃথিৱীৰ উপৰিভাগত ধূলি, বালি আদি গোট খাই টান হোৱা খণ্ড বা পদার্থ:খনিকৰজনে শিলৰ মূর্তি বনাই আছে

उदाहरणे :

समानार्थी : অশ্ম, উপল, পাষাণ, প্রস্তৰ, শিল, শিলা, ষ্টোন

चौपाल