अर्थ : পাতৰ নিচিনা এক ধৰণৰ চাৰিচুকীয়া বস্তু
उदाहरणे :
তেওঁ ফাৰ্মাচিৰ পৰা এক পাট্টা টেবলেট কিনিলে
समानार्थी : পাট্টা
अर्थ : কোনো কিতাপ বা বহী আদিত লগাই থোৱা বস্তু যাৰ দুয়োফালে কিবা লিখা থাকে বা লিখা হয়
उदाहरणे :
লʼৰাটোৱে এই কিতাপখনৰ এটা পাত ফালি পেলালে
समानार्थी : পৃষ্ঠা
अर्थ : কাগজৰ সমান পাতল ধাতুৰ পাত
उदाहरणे :
তেওঁ ্ধাতুৰ পাতত লক্ষ্মীৰ ছবি অংকন কৰালে
समानार्थी : পত্র