पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील পাট शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

পাট   বিশেষ্য

अर्थ : কাঠ, কাপোৰ, ধাতু আদিৰ পাতল, চেপেটা আৰু দীঘল টুকুৰা

उदाहरणे : বাঢ়ৈয়ে কাঠৰ পাটবোৰ একগোট কৰি আছে

अर्थ : যি সাঁচ বা কাথামোৰ ওপৰত বহি ৰাজমিস্ত্ৰী বা কাৰিকৰে কাম কৰে

उदाहरणे : ৰাজমিস্ত্ৰিয়ে পীৰাৰ পৰা নামি কথা কʼবলৈ ধৰিলে

समानार्थी : পীৰা

अर्थ : একপ্রকাৰ বিশেষ ধৰণৰ পলুৰ পৰা হোৱা মিহি, চিকমিকীয়া আৰু দৃঢ় সূতা

उदाहरणे : এইয়া পাটৰ পৰা তৈয়াৰ কৰা কাপোৰ

समानार्थी : চিল্ক, ৰেচম, ৰেছম

चौपाल