अर्थ : ভাৰতবর্ষৰ ্পঞ্জাৱ ৰাজ্যৰ ভাষা
उदाहरणे :
এই কিতাপখন পাঞ্জাৱীত লিখা হৈছে
समानार्थी : পাঞ্জাৱী ভাষা, পাঞ্জাৱী-ভাষা
अर्थ : পাঞ্জাৱৰ অধিবাসী
उदाहरणे :
ভালেমান পাঞ্জাৱী এই সংস্থাটোৰ সদস্য
समानार्थी : পাঞ্জাৱ বাসী, পাঞ্জাৱ-বাসী, পাঞ্জাৱবাসী
अर्थ : পাঞ্জাৱৰ সৈতে সম্বন্ধ থকা
उदाहरणे :
চর্দাৰজনে পাঞ্জাৱী বেশ-ভূষা পিন্ধি আছিল
अर्थ : পঞ্জাৱত থকা বা বসতি কৰা
उदाहरणे :
সকলো পাঞ্জাৱী বন্ধুৰ প্রতি মোৰ এটা বিনম্র অনুৰোধ যে আপোনালোকে শান্তি বজায় ৰখাত সহায় কৰক
अर्थ : পাঞ্জাৱী ভাষাৰ সৈতে সম্বন্ধ থকা বা পাঞ্জাৱী ভাষাৰ
उदाहरणे :
গুৰুমুখী নজনাৰ কাৰণে মই পাঞ্জাৱী ৰচনা পঢ়িব নোৱাৰোঁ