सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : চৰাইৰ বাহিৰৰ আৱৰণক বনোৱা পাতল আৰু জল নিৰোধক গঠন
उदाहरणे : কৃষ্ণই মূৰত ময়ুৰৰ পাখি ধাৰণ কৰিছিল
अर्थ : চৰাই, কিছুমান পতংগ আদিৰ উৰিবলৈ সহায়ক হোৱা অংগ
उदाहरणे : চিকাৰীজনে তৰোৱালেৰে চৰাইটোৰ দুয়োখন ডেউকা কাটি দিলে
समानार्थी : ডানা, ডেউকা, ডৌকা, পক্ষ, পখা
स्थापित करा