अर्थ : উলহ-মালহেৰে পালন কৰা কোনো ডাঙৰ জাতীয়, ধার্মিক বা সামাজিক মাঙ্গলিক বা শুভ কার্য
उदाहरणे :
স্বাধীনতা দিৱস আমাৰ ৰাষ্ট্রীয় উৎসৱ
समानार्थी : উছৱ, উৎসৱ, পৰব, ্উৎসৱ-পার্বণ
अर्थ : ৰাজনৈতিক বা সামাজিক জীৱনৰ সৈতে সম্বন্ধযুক্ত কোনো বিধান বা নিয়ম
उदाहरणे :
বিবাহ হিন্দু সংস্কৃতিৰ ্ এক ধর্মীয় অনুষ্ঠান
समानार्थी : অনুষ্ঠান, অনুষ্ঠান-পর্ব, পৰব, ্সকাম
अर्थ : কোনো কাম এবাৰ আৰম্ভ হৈ নির্দিষ্ট সময়লৈকে সমানভাৱে চলি থকা সময়ৰ এক পৰিমাপ
उदाहरणे :
বিদ্যালয়ৰ বর্ষাঙ্ক শেষ হʼবলৈ আৰু বেছি দিন নাই
समानार्थी : বর্ষাঙ্ক