अर्थ : আঁৰ কৰিবলৈ বিশেষকৈ দুৱাৰ-খিৰিকিত ওলোমাই ৰখা কাপোৰ
उदाहरणे :
তেওঁৰ দুৱ্াৰত এখন উৱলি যোৱা পর্দা লগাই থৈছে
समानार्थी : আঁৰ, আঁৰ-ক্াপোৰ, চিক, ঢাপলিকা, পর্দ্দা
अर्थ : যন্ত্র আদিৰ সহায়ত চিত্র ্প্রদর্শন কৰিব পৰা এক ধৰণৰ পাতল চাদৰৰ দৰে উপকৰণ
उदाहरणे :
এই চিনেমা হলটোৰ পর্দা বহুত সৰু
समानार्थी : স্ক্রীণ
अर्थ : আঁৰ কৰিব পৰা এক প্রকাৰৰ উপকৰণ
उदाहरणे :
এটা কোঠাক বাঁহৰ কাঠীৰে তৈয়াৰী পর্দাৰে চাৰি ভাগত বিভাজিত কৰা হʼল
समानार्थी : পৰদা