सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : দীঘল আৰু বহল সমতল ভূমি
उदाहरणे : লʼৰা-ছোৱালীবোৰে পথাৰত খেলি আছে
समानार्थी : ক্ষেত্র, প্রাঙ্গণ, প্রাঙ্গন, প্রান্তৰ, ময়দান
अर्थ : শস্য উৎপাদন কৰিবলৈ খেতিৰ চাৰিওফালে জেওৰা আদিৰে ঘেৰি দিয়া ঠাই
उदाहरणे : এই খেতিপথাৰখন যথেষ্ট সাৰুৱা
समानार्थी : খেতি পথাৰ, খেতি মাটি, খেতি-পথাৰ, খেতিপথাৰ, ভূঁই, শস্যক্ষেত্র
स्थापित करा