सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : লক্ষ্যত উপনীত হʼবলৈ কৰা কাম বা চেষ্টা
उदाहरणे : এই কামটো সহজতে হʼবৰ বাবে কিবা এটা উপায় কওক
समानार्थी : উপায়, পন্থা, মার্গ, ্সাধন
अर्थ : গন্তব্য স্থানত পাবৰ কাৰণে মাজতে পৰা সেই ভূ-ভাগ যাৰ সহায়ত লক্ষ্য স্থান প্রাপ্তিৰ কাৰণে যাবলগীয়া হয়
उदाहरणे : এই পথটো চিধা মোৰ ঘৰলৈকে গৈছে
समानार्थी : বাট, মার্গ, ৰাস্তা
अर्थ : গন্তব্য স্থান পাবলৈ বা কʼৰবালৈ আগবাঢ়িবলৈ যিফালে যোৱা যায়
उदाहरणे : উৰা জাহাজৰো নির্দিষ্ট পথ আছে
समानार्थी : বাট, মার্গ, ্ ৰাস্তা
अर्थ : কোনো সাধন, প্রকাৰ আদি যাৰ অৱলম্বনত কোনো কামৰ ভালদৰে বা সম্পূর্ণ কৰিবৰ কাৰণে কৰা হয়
उदाहरणे : আহাৰ মুখ বিবৰেদি পেটলৈ যায়
समानार्थी : বিবৰ, মার্গ, ্ৰাস্তা
स्थापित करा