सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিটো স্পর্শ ্ কৰা ঠিক নহয় বা যোগ্য নহয়
उदाहरणे : শিক্ষাহীনতাৰ কাৰণে আজিও গ্রামাঞ্চলত অনুসূচিত জাতি আৰু জনজাতিক অস্পৃশ্য গণ্য কৰা হয়
समानार्थी : অচ্ছুৎ, অস্পৃশ্য, নিকৃষ্ট
अर्थ : যিটোৰ অৱনতি ঘটিছে বা যাৰ ব্যৱহাৰ ভাল নহয়
उदाहरणे : অধঃপতিত লোকে সমাজক ৰসাতললৈ নিয়ে
समानार्थी : অধঃপতিত, অধোগত, অৱনত, অৱনমিত
अर्थ : সঠিক দিশ বা পথৰ পৰা আঁতৰি অহা
उदाहरणे : আজিৰ পথভ্রষ্ট সমাজক সঠিক পথ দেখুওৱাটো জৰুৰী হৈ পৰিছে
समानार्थी : পথভ্রষ্ট, ভ্রষ্ট
स्थापित करा