सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো এবিধ বস্তুৰ ওপৰত আন এবিধ বস্তুৰে তৰপ দিয়া কার্য
उदाहरणे : মিঠাইৰ টেমাৰ ওপৰত কাগজ মেৰিয়াই দিয়া
समानार्थी : ঘূৰোৱা, জপোৱা, নুৰিওৱা, মেৰিওৱা
अर्थ : ঘূৰাই দিয়া বা পকাই প্রয়োগ কৰা কার্য:নিৰাজে ভুল কৰাত শিক্ষকে তাৰ কাণ পকাই দিলে
उदाहरणे :
समानार्थी : ঘূৰা, ঘূৰোৱা, পকা, পকাই দিয়া, মোহাৰি দিয়া, মোহৰা
अर्थ : ফল আদি প্রস্তুত কৰা বা পকোৱা কার্য
उदाहरणे : তেওঁ আম ্পকালে
समानार्थी : পক দিয়া
अर्थ : আহাৰ প্রস্তুত কৰা
उदाहरणे : মায়ে সকলোৰে কাৰণে আহাৰ ৰান্ধিছে
समानार्थी : পগোৱা, ৰন্ধা, ৰন্ধা-বঢ়া কৰা
स्थापित करा