पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील পকা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

পকা   ক্ৰিয়া

अर्थ : ফল আদি পূৰঠ হোৱাৰ পিছত খোৱাৰ উপযোগী হোৱা

उदाहरणे : পাচিটোৰ গোটেইবোৰ আম পকা

समानार्थी : পৰিপক্ক হোৱা

अर्थ : দিশ পৰিব্্র্তন ্ কৰা

उदाहरणे : সি ঘৰৰ পৰা স্কুললৈ যাবলৈ ওলাই পুখুৰীৰ ফালেহে ঘূৰি গʼল

समानार्थी : ঘূৰা, ঘূৰি যোৱা, পাক দিয়া, মূৰ লোৱা

अर्थ : ঘূৰাই দিয়া বা পকাই প্রয়োগ কৰা কার্য:নিৰাজে ভুল কৰাত শিক্ষকে তাৰ কাণ পকাই দিলে

उदाहरणे :

समानार्थी : ঘূৰা, ঘূৰোৱা, পকাই দিয়া, পকোৱা, মোহাৰি দিয়া, মোহৰা

পকা   বিশেষণ

अर्थ : পূৰঠ হোৱাৰ পিছত খাবলৈ উপযোগী হোৱা অৱস্থা বা পক ধৰা

उदाहरणे : তেওঁ ্ পকা আম খাই আছে

समानार्थी : পৰিপক্ক

अर्थ : কোনো কাম কৰাৰ বাবে যিজন বিশেষভাৱে যোগ্য

उदाहरणे : অর্জুন ধনুবিদ্যাত নিপুণ আছিল

समानार्थी : অভিজ্ঞ, অভ্যস্ত, কার্যকুশল, কুশল, দক্ষ, নিপুণ, পক্ক, পটু, পাকৈত, পার্গত, পাৰঙ্গত, প্রবীণ, পৰিপক্ক, বিচক্ষণ, সিদ্ধহস্ত

अर्थ : পুঁজেৰে ভৰি থকা

उदाहरणे : গেলা ফোঁহাটো সদায় চফা কৰা উচিত

समानार्थी : গেলা

चौपाल