सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কাম কৰাত অসমর্থ
उदाहरणे : আমি পংগু লোকৰ সহায় কৰা উচিত
समानार्थी : পঙ্গো, প্ৰতিবন্ধী
अर्थ : যাৰ কোনো অংগ নাই
उदाहरणे : ৰেলত এখন ভৰি কটা যোৱাৰ কাৰণে শ্যাম পংগু হৈ পৰিল
समानार्थी : অংগহীন, অপাংগ, অপাঙ্গ, পঙ্গু, পেঙুৰা
अर्थ : কাম কৰিবৰ ্অসমর্থ
उदाहरणे : পংগু দেৱৰৰ চোৱা-চিতাও ময়েই কৰিব লাগে
स्थापित करा