पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील নেপালী शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

নেপালী   বিশেষ্য

अर्थ : নেপালৰ নিবাসী

उदाहरणे : তেওঁ এজন ্নেপালীক নিজৰ ঘৰৰ চোৱা-চিতাৰ কাৰণে ৰাখিছে

समानार्थी : নেপাল বাসী, নেপাল-বাসী

अर्थ : নেপাল দেশৰ ভাষা

उदाहरणे : বন্যাই নেপালীত কিতাপ লিখি আছে

समानार्थी : নেপালী ভাষা, নেপালী-ভাষা

নেপালী   বিশেষণ

अर्थ : নেপাল দেশৰ সৈতে সম্বন্ধ থকা

उदाहरणे : ৰমেশে নেপালী টুপি পিন্ধি আছে

अर्थ : নেপালী ভাষাৰ বা নেপালী ভাষাৰ সৈতে সম্বন্ধ থকা

उदाहरणे : তেওঁৰ ্নেপালী নাটকৰ এটা প্রতিলিপি মোৰ ওচৰতো আছে

अर्थ : নেপালত থকা বা বসতি কৰা

उदाहरणे : তেওঁ এজনী নেপালী ছোৱালী বিয়া কৰিলে

चौपाल