अर्थ : কাপোৰ, সুতা, তাৰ বা ৰচী আদিৰে এটি নির্দিষ্ট দূৰত্বত গোঁথা বস্তু
उदाहरणे :
ফলৰ দোকানত কিছুমান ফল জালত ওলোমাই থোৱা আছিল
समानार्थी : জাল
अर्थ : কাপোৰ আদিৰ পৰা তৈয়াৰী এবিধ খেলৰ সামগ্রী যি টেনিছ আদি খেলত খেলপথাৰক ভাগ কৰে বা যাৰ দোয়োফালে প্রতিদ্বন্দী খেলুৱৈয়ে থিয় হৈ খেলে
उदाहरणे :
টেনিছ খেলিবলৈ লʼৰাহঁতে খেলপথাৰত নেট বান্ধি আছে
समानार्थी : জাল
अर्थ : কম্পিউটাৰ সম্বন্ধী এক সার্বভৌম প্রণালী যাৰ দ্বাৰা কম্পিউটাবোৰৰ মাজত বার্তা প্রেৰণ কৰা হয়
उदाहरणे :
ইন্টাৰনেটৰ সুবিধা নথকাৰ বাবে মই নিজৰ ই-মেইল চাব নোৱাৰো
समानार्थी : ইন্টাৰনেট