अर्थ : জ্বলি থকা বা উত্তপ্ত বস্তুৰ পানী আদিৰ সংস্পর্শলৈ আহি ঠাণ্ডা হোৱা
उदाहरणे :
পানী পৰোতেই কয়লাখিনি নুমাই গʼল
समानार्थी : চেঁ্চা পৰা, নুমোৱা
अर्थ : জুই জ্বলি নিজে-নিজে বা পানী আদি পৰাৰ কাৰণে নজ্বলা এক অৱস্থা
उदाहरणे :
চৌকাৰ জুই নুমাল
समानार्थी : নুমুৱা