सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : আশাৰ অভাৱ
उदाहरणे : নিৰাশাই মন আৱৰি ৰাখিলে সফলতা লাভ কৰা কঠিন হৈ পৰে
समानार्थी : আশাভঙ্গ, আশাশূন্যতা, নিৰাশা, নৈৰাশ, নৈৰাশ্য, মোহভঙ্গ, মোহমুক্তি, হতাশা
अर्थ : যাৰ আশা নোহোৱা হৈ গৈছে
उदाहरणे : মহেশে যিকোনো কামতে নিৰাশ হৈ হাৰ মানি লয়
समानार्थी : আশাহীন
अर्थ : যি আশা হেৰুৱাই পেলাইছে বা যাৰ আশা নষ্ট হৈছে
उदाहरणे : বিদ্যালয়ত নামভর্তিৰ সুবিধা নোপোৱাৰ কাৰণে শ্যাম হতাশ হৈ পৰিছে
समानार्थी : আশাশূন্য, আশাহীন, নিভাৰসা, ভগ্নমনা, ভগ্নমনোৰথ, ভগ্নাশা, হতাশ
स्थापित करा