अर्थ : অন্ন, ফল আৰু শাক-পাচলীযুক্ত
उदाहरणे :
এই হোটেলত কেৱল নিৰামিষ ভোজন পোৱা যায়
अर्थ : যʼত মাংস মিহলি হৈ নাথাকে
उदाहरणे :
হিন্দু ধর্ম-গ্রন্থ অনুসৰি নিৰামিষ ভোজন কৰিলে শৰীৰ আৰু মন শুদ্ধ হৈ থাকে
समानार्थी : নিৰামুহি