सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যাৰ কোনো অর্থ ্নাথাকে
उदाहरणे : তোমাৰ এই অর্থহীন প্রশ্নৰ মোৰ ওচৰত কোনো উত্তৰ নাই
समानार्थी : অনর্থক, অর্থহীন
अर्थ : যিটো উপযোগী নহয় বা কোনো কামত নাহে
उदाहरणे : এইটো আপোনাৰ কাৰণে অনুপযোগী বস্তু অপ্রয়োজনীয় কথাত নিজৰ সময় নষ্ট নকৰিবা
समानार्थी : অনর্থক, অনুপযোগী, অপ্রযোজ্য, অপ্রয়োজনীয়, অব্যৱহার্য, ্অলাগতিয়াল, ্বেকাৰ
अर्थ : যাৰ কোনো ফল বা পৰিণাম নাই
उदाहरणे : মই তেওঁক বুজোৱাৰ নিষ্ফল প্রয়াস কৰিলোঁ
समानार्थी : নিষ্ফল, বিফল, ব্যর্থ
स्थापित करा