अर्थ : বৃক্ষৰ নোহোৱা কৰি পেলোৱা কার্য
उदाहरणे :
মানুহে পৃথিৱীৰ নি্র্বনীকৰণ কৰি নিজৰ ভৰিতেই কুঠাৰ মাৰিছে
अर्थ : বৃহৎ পৰিমাণত বনাঞ্চল ধ্বংস কৰা কার্য
उदाहरणे :
নি্র্বনীকৰণক বাধা দিয়া প্রতিজন নাগৰিকৰ কর্তব্য
समानार्थी : বনাঞ্চল ধ্বংসকৰণ