अर्थ : যিজন ব্যক্তিয়ে ৰাতি দেখা নাপায়
उदाहरणे :
কুকুৰীকণাজনে খুটাটোত খুন্দা খালে
समानार्थी : কুকুৰীকণা
अर्थ : যি ৰাতি দেখা নাপায়
उदाहरणे :
কুকুৰীকণা ব্যক্তিসকলৰ ৰাতি ঘূৰা-ফুৰা কৰাত অসুবিধা হয়
समानार्थी : কুকুৰীকণা