सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : তলৰ ফালে যোৱা
उदाहरणे : নিম্নগামী পথটোত সাবধানে যোৱা উচিত নিম্নগামী ব্যক্তিজন পিছলি পৰিল
समानार्थी : নিম্নাভিমুখী
अर्थ : যি তলমূৰ কৰি আছে
उदाहरणे : ফল লগাৰ সময়ত গছবোৰ অধোনমিত হয়
समानार्थी : অধোগত, অধোগামী, অধোনমিত, অধোমুখী, অৱনত, অৱনমিত, নিম্নগত
स्थापित करा