सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো বিশেষ কামৰ কাৰণে একগোট বা জমা কৰা ধন
उदाहरणे : গ্রাম্যাঞ্চলৰ বিকাশৰ কাৰণে দিয়া নিধিৰ অপপ্রয়োগ কৰা হৈছে
समानार्थी : ধনৰাশি, ফাণ্ড
अर्थ : সঞ্চিত ধন, জ্ঞান আদি
उदाहरणे : ককাদেউতা এটা চলমান জ্ঞানৰ ভাণ্ডাৰ
समानार्थी : কোষ, খাজানা, ভাণ্ডাৰ
स्थापित करा