सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিটো নিজৰ বা যʼত নিজৰ অধিকাৰ আছে
उदाहरणे : এইয়া মোৰ নিজা সম্পত্তি
समानार्थी : আত্ম, নিজা, স্বকীয়, স্বায়ত্ত
अर्थ : আপোনজনৰ সৈতে সম্বন্ধিত বা আপোনজনৰ
उदाहरणे : এইটো আমাৰ আত্মীয়ৰ মাজৰ বিষয়
समानार्थी : আত্মীয়
अर्थ : যিটো নিজৰ পক্ষৰ লগত জড়িত বা নিজ পক্ষৰ
उदाहरणे : এইটো স্বপক্ষী বিষয়
समानार्थी : স্বপক্ষীয়
स्थापित करा