अर्थ : যি দ্রৱ্য সেৱন কৰিলে নিচা ধৰে
उदाहरणे :
আজিকালি বেছিভাগ মানুহেই মাদক দ্রৱ্যৰ সেৱন কৰিবলৈ লৈছে
समानार्थी : নিচা জাতীয় পদার্থ, নিচাত্মক পদার্থ, নিচাযুক্ত দ্রৱ্য, নিচাযুক্ত পদার্থ, মাদক দ্রৱ্য
अर्थ : মদ, ভাং আদি মাদক দ্রৱ্য সেৱন কৰিলে হোৱা মানসিক অৱস্থা
उदाहरणे :
মদৰ নিচাত মাতাল হৈ থকা চিপাহীজনে নির্দোষ ৰবিক বৰকৈ পিটিলে
समानार्थी : জাল, মত্ততা, মত্তাৱস্থা, ৰাগি