सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো বস্তু জ্বলাবৰ কাৰণে জুইত পেলাই দিয়া
उदाहरणे : আহাৰ তৈয়াৰ কৰাৰ সময়ত সীতাই বাৰে-বাৰে ভুচি আদি চৌকাটোত ভৰাই আছিল
समानार्थी : দলিওৱা, পেলাই দিয়া, ভৰোৱা
अर्थ : জোৰেৰে কোনো বস্তু আঁতৰোৱা বা দূৰলৈ পঠিওৱা
उदाहरणे : ডাষ্টবিনত জাবৰ পেলোৱা হয়
समानार्थी : দলিওৱা, দলিয়া, পেলোৱা
स्थापित करा