पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील নাড়ী शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

নাড়ী   বিশেষ্য

अर्थ : শৰীৰৰ পৰা কলিজালৈ তেজ অনা-নিয়া কৰা নলী

उदाहरणे : বেজে নাড়ী পৰীক্ষা কৰিছে

समानार्थी : ধমনী, শিৰা, সিৰ

अर्थ : জৰায়ুজ জন্তুৰ পেটৰ সোমাজত থকা ঘূৰণীয়া খোৰ বা গাঁত যʼত গর্ভাৱস্থাত জৰায়ুনলী লগ-লাগি থাকে

उदाहरणे : এই কেঁচুৱাটোৰ নাড়ী পকিছে

समानार्थी : উদৰাবর্ত, নাই, নাড়ি, নাভি, নাভিকুণ্ডল, নাভিকুণ্ডলী, নাভিকূপ, নাভিদেশ, নাভিমণ্ডল, নাভিস্থল

अर्थ : শৰীৰত তন্তুময় সংযোগী শিৰাৰে গঠিত হোৱা সেই নলী যি পেশীক হাড় বা অন্য কোনো ভাগৰ সৈতে সংলগ্ন কৰি ৰাখে

उदाहरणे : আমাৰ শৰীৰত গোৰোহাৰ পিছফালে সকলোতকৈ সবল সিৰাডাল আছে

समानार्थी : ধমনী, সিৰা

अर्थ : প্রাণীৰ পেটৰ ভিতৰত থকা এক বিশেষ নলী যি গুহ্যদ্বাৰলৈকে থাকে আৰু যাৰ মাজেদি মল বা অদৰকাৰী পদার্থ ্ বাহিৰ হৈ যায়

उदाहरणे : আমিষভোজী মানুহৰ অন্ত্রৰ ভিতৰখন লাহে-লাহে ডাঙৰ হৈ যায়

समानार्थी : অন্ত্র, অন্ত্রজঠৰ, নাড়ি, নাড়ি-ভুড়ু

चौपाल