अर्थ : নাকৰ ছিদ্র
उदाहरणे :
নাসাৰন্ধ্র চাফা নকৰিলে উশাহ লোৱাত কষ্ট হয়
समानार्थी : নাকৰ বিন্ধা, নাসাৰন্ধ্র, নাসিকা বিবৰ
अर्थ : নাকৰ অগ্রভাগত থকা বিন্ধা দুটা
उदाहरणे :
তেওঁ ্ নাকৰ পাহিত নাকফুলি পিন্ধিছে
समानार्थी : নাকটি, নাকডেওনা, নাকৰ পাহি, নাকৰ বিন্ধা, নাসাৰন্ধ্র, নাসিকাগ্র