अर्थ : কোনো বস্তু আদিক নষ্ট কৰা কার্য
उदाहरणे :
পৰমেশ্বৰে শত্রুক ধ্বংস কৰিবৰ বাবে জন্ম লয়
समानार्थी : ধ্বংস কৰা
अर्थ : উচ্ছন্ন বা নষ্ট হোৱা
उदाहरणे :
ৰজাৰ সৈন্যই গাঁওবোৰ উছন কৰিলে
समानार्थी : অনিষ্ট কৰা, উছন কৰা, উছন হোৱা, ছাৰখাৰ কৰা, ধ্বংস কৰা, নাশ কৰা, বিনাশ কৰা
अर्थ : কোনো বস্তু তৈয়াৰ কৰাৰ সময়ত এনে ধৰণৰ ভুল ত্রুটি হোৱা যাৰ কাৰণে বস্তুটো ভাল নহয় বুলি সকলোৱে মানি লয়
उदाहरणे :
দর্জীজনে মোৰ কাপোৰ যোৰ বেয়া কৰিলে
समानार्थी : বেয়া কৰা