सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : নিঃসৰণ বা নিষ্কাশনৰ বাবে থকা নলীৰ নিচিনা গঠন যʼত কিছুমান তৰল থাকে
उदाहरणे : আমাৰ শৰীৰত কেইবা ধৰণৰ নলিকা থাকে
समानार्थी : নলিকা
अर्थ : পানী বৈ যোৱা সৰু পথ বা সৰু জান
उदाहरणे : জাবৰ-জোথৰ উটি অহাৰ ফলত নর্দম্াৰ মুখখন বন্ধ হৈ গʼল
समानार्थी : নর্দম্া, নলা, লোৰ
अर्थ : গোল-দীঘলীয়া ফোঁপোলা বস্তু
उदाहरणे : তেওঁ ্ পাইপেৰে নাৰিকলৰ পানী খাই আছে
समानार्थी : চুঙা, চুঙী, নল, নলা, নলিচা, পাইপ
अर्थ : যিডাল ধাতুৰ নলীৰে চহৰ-নগৰৰ ঘৰে ঘৰে খোৱাপানী, গা-ধোৱা পানী আহে
उदाहरणे : এতিয়ালৈকে পানী-নলীত পানী অহাই নাই
समानार्थी : টেপ, পানী-নলী
स्थापित करा