अर्थ : নলৰ আকাৰৰ কোনো বস্তু
उदाहरणे :
জীৱজন্তুৰ বেমাৰ হʼলে বাঁহৰ নলিচাৰে ঔষধ খুওৱা হয়
समानार्थी : চুঙা
अर्थ : জলীয় পদার্থ ্ওলাই যোৱা নলী বা মুখ
उदाहरणे :
ভোগজৰাটোৰ নলিচাটো ভাঙি থাকিল
अर्थ : ধোঁৱা খোৱা এক বিশেষ প্রকাৰৰ উপকৰণ
उदाहरणे :
ৰামে হোকা খাই আছে
समानार्थी : গুড়গুড়ী, গুৰগুৰী, চিলিম, হোকা, ্ ধোঁৱা খোৱা