पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील নম্বৰ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

নম্বৰ   বিশেষ্য

अर्थ : কোনো কাম কৰোতে বা খেল খেলোতে ক্রমানুসৰি সকলোৱে পোৱা সুযোগ

उदाहरणे : এতিয়া ৰামৰ পাল

समानार्थी : পাল, বাৰ

अर्थ : ক্রম অনুসৰি লিখা, থোৱা বা বনোৱা বস্তু আদিৰ সন্মুখত ক্রম অনুসৰি লিখা বা ধৰি লোৱা সংখ্যা

उदाहरणे : ক্রমিক নং একত লিখা কথাটোৰ সৈতে মই সহমত নহয়

समानार्थी : ক্রম-সংখ্যা, ক্রমাংক, ক্রমিক নং, ক্রমিক নম্বৰ, নং

अर्थ : পৰিধান আদিৰ এটি মাপ

उदाहरणे : মই দোকানৰ পৰা ন নম্বৰৰ এজোৰ জোতা কিনিলো

अर्थ : কোনো পৰীক্ষা বা প্রতিযোগিতাত পোৱা এক সংখ্যা বিশেষ যাৰ যোগেদি প্রতিযোগী বা পৰীক্ষার্থীৰ শ্রেষ্ঠতা বিষয়ে জানিব পাৰি

उदाहरणे : তেওঁ বছৰেকীয়া পৰীক্ষাত চাৰিশ নম্বৰৰ ভিতৰত তিনিশ নম্বৰ লাভ কৰিলে

समानार्थी : অংক, অঙ্ক

अर्थ : কোনো নির্দিষ্ট সময়ৰ মূৰে-মূৰে এবাৰকৈ প্রকাশ পাই থকা পত্র, পত্রিকা আদি

उदाहरणे : এইটো এই পত্রিকাখনৰ দ্বিতীয় সংখ্যা

समानार्थी : অংক, খণ্ড, সংখ্যা

चौपाल