सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি প্রবীণ নহয়
उदाहरणे : নবীন খেলুৱৈসকলেও ভাল খেল প্রদর্শন কৰিছে
समानार्थी : তৰুণ, নতুন, নবাগত
अर्थ : যাৰ আগতে অস্তিত্ব নাই
उदाहरणे : আমি কোনো নতুন কাম কৰিব লাগে
समानार्थी : অভিনৱ, নতুন, নৱ
अर्थ : যিটো বনোৱা, ওলোৱা বা প্রস্তুত কৰা বেছি দিন হোৱা নাই:বৈজ্ঞানিক ক্ষেত্রত ৰবট এক নতুন আৱিষ্কাৰ
उदाहरणे :
समानार्थी : অভিনৱ, ন, নতুন, নব্য, নৱ
अर्थ : বর্ত্্মান বা এই সময়ৰ বা এই সময়ৰ সৈতে সম্বন্ধিত
उदाहरणे : আধুনিক ভাৰতীয় সমাজ ভ্রষ্টাচাৰৰ দিশত গতি কৰিছে
समानार्थी : অপ্রাচীন, আধুনিক, ্অর্বাচীন
स्थापित करा