पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील নক্ষত্র शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

নক্ষত্র   বিশেষ্য

अर्थ : চন্দ্রৰ মার্গত ্ থকা স্থিৰ তৰাৰ সাতাইশটা সমূহ যাক ভিন ভিন ৰূপ বা আকাৰত পোৱা যায় আৰু যাৰ বেলেগ বেলেগ নাম আছে

उदाहरणे : নক্ষত্র সাতাইশটা আছে

अर्थ : ৰাতিৰ আকাশত দেখা পোৱা উজ্জ্বল, স্থিৰ আৰু গোলাকাৰ পিণ্ড

उदाहरणे : ৰাতিৰ আকাশত তৰাই তিৰবিৰায় পৃথিৱীৰ পৰা বহুত দূৰত হোৱা কাৰণে তৰাবোৰ সৰু দেখা যায়

समानार्थी : জ্যোতিষ্ক, তাৰকা, তৰা

चौपाल