पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील নকল কৰা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

নকল কৰা   বিশেষ্য

अर्थ : কাৰোবাৰ অংগী-ভংগী অথবা কথা বতৰাৰ ভালদৰে কৰা আনুকৰণ

उदाहरणे : ডাঙৰৰ নকল কৰা ভাল বুলি ধৰা নহয়

নকল কৰা   ক্ৰিয়া

अर्थ : কোনো লেখনি, চিত্র আদি যেনেদৰে আছিল তেনে ধৰণেৰেই প্রস্তুত কৰা

उदाहरणे : শিক্ষার্থীয়ে কৃষ্ণফলকত লিখা প্রশ্নখিনি নিজৰ বহীত টুকিলে

समानार्थी : কপি কৰা, টোকা, লিখা

अर्थ : কাৰোবাৰ কথা-ব্যৱহাৰ, অংগী-ভংগী আদি ঠিক সেইদৰেই ব্যৱহাৰ কৰা

उदाहरणे : শ্যামুৱে নিজৰ ককাদেউতাকৰ নকল কৰে

समानार्थी : অনুকৰণ কৰা, অনুসৰণ কৰা

चौपाल