सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কাকো উপেক্ষিত নকৰা ভাব
उदाहरणे : তেওঁ ্ডাঙৰৰ কথাত ধ্যান নিদি নিজৰ ইচ্ছামতে কাম কৰে
समानार्थी : খিয়াল, মনোযোগ
अर्थ : যোগৰ সপ্তম তথা সমাধিৰ পূর্ব অংগ স্বৰূপ কোনো বিষয়, বিশেষকৈ ধার্মিক বিষয় বা অলৌকিক প্রভাৱৰ একেৰাহে কিছু সময়লৈকে হোৱা গভীৰ মনন বা চিন্তন
उदाहरणे : সন্তজন ধ্যানত লীন হৈ আছে
अर्थ : কোনো কথা বা কামত মন লীন হোৱা দশা বা ভাব
उदाहरणे : ৰমেশে বৰ মনোযোগেৰে পঢ়ে
समानार्थी : মনোযোগ
स्थापित करा