सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : বজোৱা হোৱা
उदाहरणे : বজোৱা ঢোলৰ শ্্ব্দ বহুদূৰলৈ শুনা গৈছিল
समानार्थी : বজোৱা
अर्थ : যিটো ধ্বনি বা শ্্ব্দৰ ৰূপত প্রকট হৈছে
उदाहरणे : অর্জুনৰ ধনুৰ টংকাৰত চৌদিশ ধ্বনিত হৈ উঠিল
समानार्थी : নিনাদিত, শ্্ব্দায়মান
अर्थ : ভোমোৰাৰ গুঞ্জনৰ সৈতে যুক্ত
उदाहरणे : তেখেতে গুঞ্জিত উপবনৰ সৌন্দর্য উপভোগ কৰি আছে
समानार्थी : গুঞ্জিত, গুঞ্জৰিত
अर्थ : গুঞ্জন কৰি থকা
उदाहरणे : গায়কৰ স্বৰৰ দ্বাৰা গুঞ্জিত ভৱনত সকলো শান্ত হৈ বহি আছিল
स्थापित करा