अर्थ : ধোঁৱা বৰণৰ
उदाहरणे :
কুঁৱলীৰ কাৰণে সকলো ধূসৰ দেখা গৈছে
अर्थ : ধূলি লগা বা ধূলি সনা
उदाहरणे :
খেতিয়কজনে ধূলিধূসৰিত ধুতিখন পিন্ধি আছে
समानार्थी : ধূলি ধূসৰ, ধূলিধূসৰিত
अर्थ : ধূলিৰে ভৰি থকা
उदाहरणे :
ধুমুহা অহাৰ লগে লগেই গোটেই পৰিৱেশ ধূলিময় হৈ পৰিল
समानार्थी : ধূলিধূসৰিত, ধূলিময়, ধূসৰিত