सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি লোক খুউব ধূর্ত
उदाहरणे : তোমাৰ দৰে টেঙৰৰ পৰা দূৰত থকাই ভাল
समानार्थी : চতুৰ, চালাক-চতুৰ, টেঙৰ, ধূর্ত, ্চালাক
अर्थ : ঠগ-প্রৱঞ্চনা কৰোঁতা
उदाहरणे : মোহন এজন প্রৱঞ্চক লোক , তেওঁৰ ্ পৰা সাৱধানে থাকিবা
समानार्थी : কু-চক্রী, কূটিল, চক্রী, চতুৰ, ছলাহী, তঞ্চকী, দুৰাশয়, প্রতাৰক, প্রৱঞ্চক, বঞ্চক, ভণ্ড, শলাল
स्थापित करा