पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ধীৰ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ধীৰ   বিশেষণ

अर्थ : যি চঞ্চল নহয়

उदाहरणे : মানুহজন গম্ভীৰ স্বভাৱৰ

समानार्थी : অচঞ্চল, অচপল, গপচ, গম্ভীৰ, গহীন, গহীন-গম্ভীৰ, গুৰু-গম্ভীৰ, সুগম্ভীৰ, স্থিৰ

अर्थ : যাৰ শক্তি আৰু গতি কমি গৈছে

उदाहरणे : তেওঁ ধীৰ গতিৰে গাড়ী চলাই আছে

समानार्थी : মন্থৰ, মন্দ, মেদা, লেদা, লেহেম, শ্লথ

अर्थ : ধৈর্য ধৰিব পৰাজন বা যি ্ ধৈর্য ধৰিব পাৰে

उदाहरणे : ধৈর্যশীল মানুহে হাজাৰ কষ্টকৰ কামো সুকলমে কৰিব পাৰে

समानार्थी : ধীৰ-স্থিৰ, ধৈর্যশীল, শান্ত, ্ধৈর্যব্ান

अर्थ : যাৰ কোনো কাৰণত শিথিলতা আহি পৰিছে

उदाहरणे : তেওঁ ্উদাস হৈ ধীৰ গতিৰে আগুৱাই গৈ আছিল

समानार्थी : মন্থৰ, শিথিল

चौपाल